Pair of Vintage Old School Fru
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

=================
সমীক্ষা (৪)ৰ ফলাফল
↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓
ভাৰতৰ পৰৱর্তী প্ৰধান মন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে ?

• নৰেন্দ্ৰ মোদী -
১৪ ( ৮৭.৫% )
• ৰাহুল গান্ধী -
১ (৬.২৫% )
• উক্ত দুজনৰ এজনকো নিবিচাৰোঁ -
১ (৬.২৫% )

=================
সমীক্ষা (৩)ৰ ফলাফল
↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓
অসমৰ জনপ্ৰিয় গায়ক জুবিন গার্গক আপুনি ভালপায় নে ?
• ভালপাওঁ -
২১ ( ৬৩.৬৪% )
• ভাল নাপাওঁ -
১ ( ৩.০৩% )
• গায়ক হিচাপে ভালপাওঁ কিন্তু ব্যক্তি হিচাপে ভালনাপাওঁ -
১১ ( ৩৩.৩৩% )

=================
সমীক্ষা (২)ৰ ফলাফল
↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓
নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লে দেশৰ বিকাশ হ'ব বুলি ভাবেনে ?
• ভাবোঁ -
১৩ ( ৮৬.৬৭% )
• নাভাবোঁ -
২ ( ১৩.৩৩% )

=================
সমীক্ষা (১)ৰ ফলাফল
↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓↓
আগন্তুক লোকসভা নির্বাচনত কংগ্ৰেছে ৭ খন আসন লাভ কৰিব পাৰিব বুলি আপুনি ভাবে নে ?
• পাৰিব বুলি ভাবোঁ -
১ ( ৯.০৯% )
• কেতিয়াও নোৱাৰে -
৮ ( ৭২.৭৩% )
• সন্দেহজনক -
২ ( ১৮.১৮% )
=================